Posts

বলীউডে কিদৰে টকা উপাৰ্জন কৰে, How bollywood earn money

Image
             আমাৰ ভাৰতবৰ্ষ এখন চিনেমাপ্ৰেমী দেশ ৷ আপোনালোকে জানেনে  পৃথিৱীত আটাইতকৈ বেছি চিনেমা নিৰ্মান হয় আমাৰ ভাৰতবৰ্ষত ৷বন্ধুসকল আমি প্ৰত্যেকেই বিশেষকৈ মনোৰঞ্জনৰ বাবে চিনেমা চাই ভাল পাওঁ ৷ আৰু চিনেমা বলিওডৰ হলেতো  কথাই নাই ৷কিন্ত আপোনালোকে জানেনে বলিওডৰ চিনেমাসমুহে কিদৰে টকা উপাৰ্জন কৰে ?  আমি কেতিয়া এখন টিনেমা  Hit হোৱা বুলি আৰু কেতিয়া Flop হোৱা বুলি কওঁ ৷ আজি এই বিষয়ে আলোচনা কৰো আহক ৷                      চিনেমা জগতে কিদৰে টকা উপাৰ্জন কৰে,  ইয়াক জনাৰ আগতে কিদৰে চিনেমা এখন নিৰ্মান হয় তাক জানি লওঁ ৷                     বন্ধুসকল, চিনেমা এখন নিৰ্মান কৰা কাৰ্যক তিনিটা ভাগত ভাগ কৰা হয়৷ 1.Development 2.Pre-production 3.Production 4.Post – production 1. Development :     Development হল চিনেমা এখন নিৰ্মান কৰাৰ প্ৰথম স্তৰ  ৷ এই ভাগত চিনেমাখনৰ কাহিনী,  সংলাপ আদি তৈয়াৰ কৰা হয় ৷     ...

কিদৰে ইন্টাৰনেট কাম কৰে, How to work internet

Image
        ইন্টাৰনেট ব্যৱস্থা আজিৰ যুগত এক অপৰিহায্য অংগ হৈ পৰিছে মানৱ জাতিৰ বাবে ৷মানৱ বিকাশ আৰু প্ৰযুক্তিত ইন্টাৰনেট এক নতুন যুগৰ সূচনা  কৰিছে ৷ আমি ৰাতিপুৱা বিচনাত চকু খোলাৰে পৰা ৰাতি বিচনাত পৰি টোপনি নহালৈকে  প্ৰতিদিন গুগল, ফেচবুক, টুইটাৰ, ইউটিউব, ৱিকিপিডিযা, হাইক ইত্যাদি ব্যৱহাৰ কৰি আছো ৷ বিভিন্ন এ্প (app) ব্যৱহাৰ কৰি আছো , বিভিন্ন ৱেবচাইট  open কৰি আছো৷ইন্টাৰনেটটত প্ৰতিদিনে লাখ লাখ GB ডাটা আপলোড হৈ আছে, ডাউনলোড হৈ আছে শ্বেয়াৰ হৈ আছে ৷Youtube অত প্ৰতিদিনে মিনিটত  400হাজাৰ ঘন্টাৰ ভিডিও আপলোড হয়, Facebook অত প্ৰতিদিনে  35 কৌটি ফটো আপলোড হয় ৷এখন দেশত আপলোড কৰা ডাটা আন এখন দেশত ডাউনলোড হৈ আছে ৷ সাধাৰণ অৰ্থত ইন্টাৰনেট গোটেই পৃথিৱীখনক একত্ৰিত কৰি ৰাখিছে  আৰু মানৱ জিৱন সহজ কৰি দিছে ৷কিন্ত এতিয়া প্ৰশ্ন হ’ল ইন্টাৰনেট আচলতে কি , আৰু ই কিদৰে কাম কৰে ৷আমি হয়তো ভাবো ইন্টাৰনেট ছেটেলাইটৰ দ্বাৰা চলে ৷ কিন্ত আচলতে তেনে নহয় ৷ইন্টাৰনেট কেবল(Cable)ৰ দ্বাৰা চলে ৷ 99% ডাটা ট্ৰাফিক অৰ্খাত 99% ইন্টাৰনেট কেবলৰ জৰিয়তে অহা-যোৱা কৰে ৷ বাকি 1% ইন্টাৰনেট ট্ৰাফিক...
                                                               ৰদা'লি    জিয়াই আছো আমি এমুঠি সপোন লৈ ৷এই সপোনবোৰৰ এক সুকীয়া জগত আছে ৷ সচাকৈয়ে এই জগত সুকীয়া, যাৰ লগত বাস্তৱ জিৱনৰ কোনো মিল নাই ৷ এই জগতখন বাস্তৱ জগতৰ দৰে ব্যস্ততাৰে ভৰা নহয় , তাত পৰাজয় নাই ,আছে বিজয়ৰ আশা, ভৰসা ৷ তাত কোলাহল নাই,  আছে শান্তি আৰু শান্তি, হৃদয় আৰু আত্মাৰ কথোপতন ৷ বাস্তৱ সত্যৰ পৰা বিচ্ছিন্ন সেই জগত ৷ বাস্তৱৰ কঠোৰতা, নিষ্টোৰতাক আওকাণ কৰে এই সপোনে,  জিৱনৰ উৎসাহ, উদ্দিপনা, প্ৰেৰণাৰ সৃষ্টি সেই স্বপ্ন ৰাজ্যত ৷ বাস্তৱে কৰা প্ৰতাৰণাৰ পিছত জিৱনে এটি আশ্ৰয়ৰ সন্ধান বিচাৰি পায় সেই স্বপ্ন ৰাজ্যত ৷ এই ৰাজ্যত বাস কৰে মোৰ প্ৰাণৰ প্ৰিয়া,  মোৰ জিৱন আৰু মোৰ আপোনজন ৷ এই স্বপ্নসমুহৰ নিৰ্দিষ্ট স্থল নাই, বিস্তাৰ অপৰিসীম ,উদ্দেশ্য এটি সুন্দৰ জিৱনৰ সন্ধান ৷ এই সপোনৰ অহৰহ তাৰণাই মোৰ বাস্তৱ জিৱনৰ প্ৰেৰণা ৷    ৰদা'লি,  ৰদা'লি এটি সপোন...