কিদৰে ইন্টাৰনেট কাম কৰে, How to work internet
ইন্টাৰনেট ব্যৱস্থা আজিৰ যুগত এক অপৰিহায্য অংগ হৈ পৰিছে মানৱ জাতিৰ বাবে ৷মানৱ বিকাশ আৰু প্ৰযুক্তিত ইন্টাৰনেট এক নতুন যুগৰ সূচনা কৰিছে ৷ আমি ৰাতিপুৱা বিচনাত চকু খোলাৰে পৰা ৰাতি বিচনাত পৰি টোপনি নহালৈকে প্ৰতিদিন গুগল, ফেচবুক, টুইটাৰ, ইউটিউব, ৱিকিপিডিযা, হাইক ইত্যাদি ব্যৱহাৰ কৰি আছো ৷ বিভিন্ন এ্প (app) ব্যৱহাৰ কৰি আছো , বিভিন্ন ৱেবচাইট open কৰি আছো৷ইন্টাৰনেটটত প্ৰতিদিনে লাখ লাখ GB ডাটা আপলোড হৈ আছে, ডাউনলোড হৈ আছে শ্বেয়াৰ হৈ আছে ৷Youtube অত প্ৰতিদিনে মিনিটত 400হাজাৰ ঘন্টাৰ ভিডিও আপলোড হয়, Facebook অত প্ৰতিদিনে 35 কৌটি ফটো আপলোড হয় ৷এখন দেশত আপলোড কৰা ডাটা আন এখন দেশত ডাউনলোড হৈ আছে ৷ সাধাৰণ অৰ্থত ইন্টাৰনেট গোটেই পৃথিৱীখনক একত্ৰিত কৰি ৰাখিছে আৰু মানৱ জিৱন সহজ কৰি দিছে ৷কিন্ত এতিয়া প্ৰশ্ন হ’ল ইন্টাৰনেট আচলতে কি , আৰু ই কিদৰে কাম কৰে ৷আমি হয়তো ভাবো ইন্টাৰনেট ছেটেলাইটৰ দ্বাৰা চলে ৷ কিন্ত আচলতে তেনে নহয় ৷ইন্টাৰনেট কেবল(Cable)ৰ দ্বাৰা চলে ৷ 99% ডাটা ট্ৰাফিক অৰ্খাত 99% ইন্টাৰনেট কেবলৰ জৰিয়তে অহা-যোৱা কৰে ৷ বাকি 1% ইন্টাৰনেট ট্ৰাফিক ছেটেলাইটৰ দ্বাৰা চলাচল কৰে ৷এই Cable সমূহক গোটেই পৃথিৱীতে সমুদ্ৰৰ তলেদি পাৰি দিয়া হয় ৷সমুদ্ৰৰ তলেদি গৈ এই cable সমুহ এখন দেশৰ পৰা আন এখন দেশৰ লগত সংযোগ হৈ আছে ৷ইয়াক অপ্টীকেল কেবল ফাইবাৰ (Optical cable fiber) আৰু কেতিয়াবা ছাবমেৰিন কেবল (Submarin cable) বুলিও কোৱা হয় ৷এই optical fiber cable বোৰ মানৱ শৰীৰৰ চুলিৰ দৰে ক্ষীণ থাকে ৷কিন্ত ইয়াক সুৰক্ষা দিবলৈ ধাতু বা অন্য পদাৰ্থৰ মজবুত সুৰক্ষা প্ৰদান কৰা হয় ৷যাতে ইয়াৰ সোনকালে ক্ষতি নহয় ৷সমুদ্ৰৰ ওপৰেদি জাহাজ চলাচল কৰিলেও যাতে cable বোৰৰ ক্ষতি নহয়, তেনেদৰে তৈয়াৰ কৰা হয় ৷এবাৰ এইদৰেই 13 জুলাই 2008 চনত ইজিপ্তত optical fiber cable বোৰৰ ক্ষতি হৈছিল, যাৰ বাবে ইজিপ্তত 70 শতাংশ ইন্টাৰনেট বন্ধ হৈ গৈছিল ৷এই সমস্যা সমাধানৰ বাবে কিছুমান সংস্থা স্থাপন হয়, যাৰ কৰ্মচাৰীসকলে 24 ঘন্টা optical fiber cable বোৰৰ দেখ- ভাল কৰে ৷
এতিয়া আহক আমি জানি লওঁ এই optical fiber cable বোৰে কিদৰে কাম কৰে ৷
এই optical cable বোৰে সমুদ্ৰৰ তলেদি গোটেই পৃথিৱীৰ দেশবোৰক সংযোগ কৰে ৷আৰু এই cableবোৰ যিয়ে সংস্থাপন কৰে তাক Tier1 কোম্পানী বুলি কোৱা হয় ৷ভাৰতত থকা Tierকোম্পানী এখনৰ নাম হ’ল Tata communication(India) ৷ভাৰতত এই optical cable বোৰ আহি মুম্বাই, চেন্নাই আদি কেইখনমান সমুদ্ৰ কাষৰীয়া ঠাইত সংযোগ (Landing) হয় ৷ইয়াৰ পৰা cableঅৰ তাঁৰ সমুহ ভাৰতৰ বিভিন্ন ঠাইত স্থাপন হোৱা jio, airtel, idea, vodafone আদিৰ টাউৱাৰসমুহলৈ যায় ৷এইদৰে Opfical fiber cable বোৰৰ দ্বাৰা ইন্টাৰনেট সমগ্ৰ বিশ্বতে সংযোগ হৈ ইখন ঠাইৰ পৰা বাৰ্তা প্ৰেৰণ কৰি কাৰ্য সম্পাদন কৰে ৷
এতিয়া প্ৰশ্ন হ’ল যে ইন্টাৰনেট ব্যৱহাৰৰ বাবদ আমি কিয় টকা দিব লাগে ৷ইন্টাৰনেট ব্যৱহাৰৰ বাবে কিয় আমি টকা খৰত কৰিব লাগে ? আচলতে ইন্টাৰনেট ব্যৱহাৰ কৰাৰ বাবে টকা লোৱা নহয় , ইন্টাৰনেট
পৰিবহন কৰা Optical fiber cable বোৰৰ কোনো ক্ষতি হলে তাক মেৰামতি কৰাৰ বাবে গ্ৰহকৰ পৰা টকা আদায় কৰা হয় ৷
এতিয়া হয়তো আপোনালোকে বুজি পালে যে ইন্টাৰনেট কি আৰু ই কিদৰে কাম কৰে ৷আশা কৰো এই তথ্যখিনি আপোনাৰ ভাল লাগিব ৷

Comments
Post a Comment